Assam Higher Secondary Education Council (AHSEC) HS 2nd Year Model Question Paper for AHSEC HS 2nd Year Exam 2021

Assam Higher Secondary Education Council (AHSEC) is going to conduct Assam HS Second Year Exam 2021. So in order to help the AHSEC HS 2nd Year students this AHSEC HS 2nd year Model question paper is prepared which may help all the Assam Higher secondary second year students in their preparation for AHSEC HS 2nd Year Exam 2021.

ahsec HS 2nd year exam model paper


Unit I

1. ব্যষ্টিবাদী অৰ্থনীতিৰ সংজ্ঞা দিয়া?1

Define Micro Economics.

2. উৎপাদন সম্ভাৱনীয়তা ৰেখা কি? চিত্ৰৰ সহায়ত বৰ্ণনা কৰা|  4

What is Production Possibility Curve? Explain with the help of diagram.

3. সুযোগ ব্যয় কি?1

What is opportunity Cost?

Unit II

1.চাহিদা বিধিটো লিখা চাহিদা ফলন ব্যৱহাৰ কৰি চাহিদা ৰেখা এডাল অংকন কৰা 6

Explain the Law of demand. Draw a demand curve using Demand Schedule.

 

2.চাহিদাৰ স্থিতিস্থাপকতা কি? এডাল পূৰ্ণঅস্থিতিস্থাপক চাহিদা ৰেখা অংকন কৰা 2

Define elasticity of Demand. Draw a Perfectly inelastic demand curve.

 

3. চাহিদাৰ পৰিৱৰ্তন আৰু চাহিদাৰ  পৰিমাণৰ পৰিবৰ্তনৰ পাৰ্থক্য লিখা| 4

What are the differences between Change in Demand and Change in Quantity demanded?

4. চাহিদা ৰেখা বাওঁফালে স্থানান্তৰ হোৱাৰ 2 টা কাৰণ উল্লেখ কৰা2

Mention two reasons for Leftward shift in demand Curve.

5. 4. চাহিদা ৰেখা সোঁফালে স্থানান্তৰ হোৱাৰ 2 টা কাৰণ উল্লেখ কৰা 2

Mention two reasons for rightward shift in demand Curve.

 

6. এডাল চাহিদা ৰেখাৰ ওপৰত চাহিদাৰ বিভিন্ন স্হিতিস্থাপকতা কেনেকৈ দেখুৱাবা 6

Show different price elasticities along a linear demand curve.

7. বজাৰ চাহিদা কি? এডাল বজাৰ চাহিদা ৰেখা অংকন কৰা

What is market Demand?Draw a market demand curve.

UNIT III

1.সামগ্ৰী এবিধৰ যোগানক প্ৰভাৱিত কৰিব পৰা কৰক সমূহ কি কি? 4

What are the factors affecting supply of a commodity?

2.যোগানৰ পৰিৱৰ্তন আৰু যোগানৰ পৰিমাণৰ পৰিৱৰ্তনৰ  পাৰ্থক্য লিখা 6

What are the differences between change in supply and change in quantity supplied?

3.যোগানৰ স্হিতিস্থাপকতা কি? যোগানৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰা কৰক সমূহ উল্লেখ কৰা

What is elasticity of supply? Mention the factors affecting elasticity of supply.

4. যোগান ফলন ব্যৱহাৰ কৰি  এডাল যোগান ৰেখা অংকন কৰা

Draw a supply curve using supply schedule.

5. যোগানৰ স্হিতিস্থাপকতা নিৰ্ণয় কৰা পদ্ধতি টো চাই থবা( Percentage Method)

 

6.মুঠ আয়, গড় আয় আৰু প্ৰান্তিক আয়ৰ সম্পৰ্ক ব্যাখ্যা কৰা

Eexplain the relationship Between Total revenue, Average Revenue and Marginal Revenue.

 

UNIT IV

1. পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ 4 টা বৈশিষ্ট্য লিখা I 2

Mention 4 charecteristics of Perfectly competitive market.

2.পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কেনেকৈ ভাৰসাম্য দৰ আৰু সামগ্ৰীৰ পৰিমাণ নিৰ্ণয় কৰা হয়? 6

How equilibrium price and output determined under perfectly competitive market.

3. পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত চাহিদা আৰু যোগান ৰেখাৰ পৰিবৰ্তনে কেনেকৈ ভাৰসাম্য দৰ আৰু সামগ্ৰীৰ পৰিমাণত প্ৰভাৱ পেলাই

How change in demand and supply curve effect the equilibrium price and quantity in a perfectly competitive market?

-------------------------------------------------------------------------------------

Click Here for Macro economics Part II

 

Post a Comment

2 Comments


  1. Sir Macro economics or part 2 khon sabo pora nai tu kiba kori sabo pora kori deok sun

    ReplyDelete
  2. This comment has been removed by the author.

    ReplyDelete