A bad news for assam TET qualified candidates ||TET উত্তীৰ্ণৰ বাবে এইটো এটা বহুত বেয়া খবৰ||

Assam TET passed candidates are eagerly waiting for a Directorate of We elementary Education,Assam LP UP advertisement. At this moment a special news about Guest Teacher recruitment gone viral.

অসমৰ শ শ নিবনুৱা যুৱক যুৱতীয়ে প্ৰয়োজনীয় যোগ্যতা লৈ শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰৰ ওপৰত  আস্থা আৰু বিশ্বাস ৰাখি মনত শিক্ষক হোৱাৰ সপোন পুহি ৰাখিছে। কিন্তু শেহতীয়া ভাবে অসম চৰকাৰৰ শিক্ষা বিভাগে যি সিদ্ধান্ত লৈছে সেয়াই স্বাভাৱিক ভাবেই TET উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰিপন্থী।



কেইদিনমান পূৰ্বে শিক্ষামন্ত্ৰী ৰনোজ পেগু দেবে জনোৱা অনুসৰি শিক্ষা বিভাগত প্ৰায় ৮০০০ শিক্ষকৰ পদ খালি হৈ আছে। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে ইমান সংখ্যক TET উৰ্ত্তীণ প্ৰাৰ্থী থকাৰ পিছত শিক্ষা বিভাগৰ নতুন এক সিদ্ধান্ত অনুসৰি এতিয়া শিক্ষা বিভাগে Guest Teacher অৰ্থাৎ অতিথি শিক্ষক নিযুক্তি দিব। সেই অতিথি শিক্ষক সকল কিন্তু TET উত্তীৰ্ণৰ পৰা নহয় বিভিন্ন অৱসৰ প্ৰাপ্ত ব্যক্তি।


এতিয়া কথা হ'ল যিটো সময়ত শিক্ষক হবলৈ নূন্যতম যোগ্যতা NCTE এ নিৰ্ধাৰণ কৰি দিছে, সেই অনুযায়ী প্ৰাৰ্থী আছে তাৰ পিছত খালি পদত TET উৰ্ত্তীণ প্ৰাৰ্থীৰ পৰিবৰ্তে পদ পূৰণ নোহোলৈকে অতিথি শিক্ষক নিযুক্তি দিয়া যুক্তি ক'ত?

কাৰণ এবাৰ তেওঁলোকক অতিথি শিক্ষক হিচাপে নিযুক্তি দিয়া পিছত তেওঁলোকক আঁতৰাই TET উত্তীৰ্ণ শিক্ষকক নিযুক্তি দিলে সেইসমূহ শিক্ষকে আকৌ প্ৰতিবাদ নকৰিব নে? এবাৰ চাকৰিৰ পৰা অৱসৰ পোৱা এজনক আকৌ অতিথি শিক্ষক হিচাপে নিযুক্তি দিয়াতকৈ TET উত্তীৰ্ণ এজনক সেই সুযোগ দিয়াটো উচিত নহবনে?


সেয়েহে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ওচৰত এটা অনুৰোধ যাতে শিক্ষা বিভাগে TET উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিয়ক, আৰু সীমিত সময়ৰ বাবে অতিথি শিক্ষক নিযুক্তি দিলেও যাতে TET উৰ্ত্তীণ প্ৰাৰ্থীৰ পৰাই দিয়ে কাৰণ প্ৰকাশীত বাতৰি অনুসৰি অতিথি শিক্ষকক প্ৰায় ১০০০০ টকাকৈ প্ৰতিমাহে পাৰিতোষিক দিয়া হব আৰু নিশ্চয় বহুত TET উত্তীৰ্ণ প্ৰাৰ্থীয়ে সেই সুযোগ গ্ৰহণ কৰিব।

এই সম্পৰ্কে The Sentinal ত প্ৰকাশিত এইটো বাতৰি পঢ়ক


Guwahati: In an effort to fill up the vacancies, the Assam government is mulling to induct guest teachers in the schools of the state.

The state government has considered this measure so as to overcome the shortage of teachers that the schools of Assam are facing.

Assam education minister Ranoj Pegu informed this and he added that there are presently 8000 posts of school teachers which are lying vacant across the state.


Ranoj Pegu told the media that the Assam cabinet has already approved the proposal of appointing guest teachers.

The Assam education minister said that preliminary works to appoint guest teachers in some schools has been initiated by the state's education department till the appointment of permanent faculty members.

He said that instead of direct interference, the state government initially wants to implement the proposal by forming alumni associations in the schools, especially in the historical schools.


"These alumni associations will play an important role in quality education in schools. They will try to get guest teachers till permanent ones are appointed so that classes are not hampered," Pegu said.

"Our main purpose is to provide quality education to our school students. The guest teachers will be provided a fixed amount as monthly remuneration and it will not be on a per class basis like those in colleges or universities," he added.

Furthermore, Ranoj clarified that these guest teachers will be different from the contract teachers, who are already working in thousands of schools across the state.

Post a Comment

0 Comments